হজৰত মহম্মদ (ছ:) আৰু আয়েশা (ৰা:) ৰ বিবাহ
হজৰত মহম্মদ (ছঃ) ৰ লগত আয়েশা (ৰা:) ৰ বিয়াৰ সময়ত আয়েশা (ৰাঃ) ৰ বয়স 6 (ছয়) বছৰ আছিল আৰু উক্ত বিয়া যেতিয়া তাইৰ 9 (ন) বছৰ পূৰ্ণ হৈছিল তেতিয়াহে সম্পূৰ্ণ হৈছিল ।
এতিয়া প্ৰশ্ন হল 6 বা 9 বছৰীয়া নাবালিকা এগৰাকীৰ বিয়া হোৱাটো কিমান যুক্তিপূৰ্ণ বা আয়েশা (ৰাঃ) নাবালিকা আছিল নেকি?
আগতে কৈছো আয়েশা (ৰাঃ) ৰ বিয়াই পৰিপূৰ্নতা লাভ কৰিছিল তাইৰ যেতিয়া 9 বছৰ হৈছিল গতিকে আয়েশা (ৰাঃ) ৰ লগত হজৰত মহম্মদ(ছঃ) ৰ বিয়া প্ৰকৃততে তাইৰ যেতিয়া 9 বছৰ তেতিয়াহে সম্পূৰ্ণ হৈছিল বুলি কব পাৰি । কিন্তু এই তিনি বছৰ কাল অপেক্ষা কৰাৰ কাৰন কি?
ইয়াৰ উত্তৰ হল ইচলাম ধৰ্মমতে ছোৱালী এগৰাকীয়ে ঋৃতুশ্ৰাব আৰাম্ভ হোৱাৰ লগে লগে পূৰ্নপ্ৰাপ্ত বয়স্ক হোৱা বুলি গন্য কৰা হয় আৰু সেয়েহে বিয়াৰ পিছতো সেই বিয়াক পৰিপূৰ্নতা দিবলৈ তিনি বছৰ কাল অপেক্ষা কৰা হৈছিল। তাৰমানে তাই 9 (ন) বছৰ বয়সত প্ৰাপ্ত বয়স্ক হৈছিল আৰু হজৰত মহম্মদ (ছঃ) ৰ লগত আয়েশা (ৰাঃ) ৰ বিয়াৰ সময়ত তাই নাবালিকা নাছিল ।
চিকিৎসা বিজ্ঞানৰ মতেও ঋৃতুশ্ৰাব আৰাম্ভ হোৱাৰ প্ৰায় এবছৰৰ পূৰ্বে অৰ্থাৎ ছোৱালী এগৰাকীৰ ডিম্বাশয়ত ডিম্বানু উৎপন্ন আৰাম্ভ হোৱাৰ লগে লগে তাই শাৰিৰিক ভাবে সন্তান জন্ম দিবলৈ সক্ষম হৈ উঠে । কিছু বছৰ আগতে পেৰুৰ লিনা মেডিনা নামৰ ছোৱালী জনীয়ে মাত্ৰ ৫.৫ বছৰ বয়সত সুস্হ লৰা সন্তান জন্ম দি বিশ্বৰ কনিষ্ঠতম মাতৃ হিচাপে পৰিগনিত হৈছে । মানব ইতিহাসত 5 পৰা 10 বছৰ বয়সত মাতৃ হোৱাৰ বহু বহু উদাহৰণ আছে। তলৰ #Wikipedia ৰ লিংটো চাই লওঁক
"List of youngest birth mothers between 5 and 10 years of age" -
(https://en.m.wikipedia.org/wiki/List_of_youngest_birth_mothers)
হজৰত মহম্মদ (ছঃ) আৰু আয়েশা (ৰাঃ) ৰ বিয়া হৈছিল আজিৰ পৰা 1400 শ বছৰ আগতে আৰু তাকে লৈ সমালোচনা কৰা ইচলাম বিদ্বেষী সকলে জনা উচিত যে মাত্ৰ কেইদশক মান আগতে সভ্য দেশ আমেৰিকাৰ ডেলাৱাৰা প্ৰদেশত ছোৱালী এগৰাকীৰ Age of Consent অৰ্থাৎ আইনত ছোৱালী এগৰাকীৰ বিয়াৰ বয়স আছিল মাত্ৰ 7 (সাত) বছৰ। পৃথিৱীৰ বহু সভ্য দেশত আজিও ছোৱালীৰ বিয়াৰ বয়স 10/12 বছৰ ।
তলৰ লিংকটোত গৈ বিভিন্ন দেশৰ Age of Consent Laws [Table] লিষ্টটো চাই বিজ্ঞান পাগল নাস্তিক সকলে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক।
(http://chnm.gmu.edu/cyh/primary-sources/24)
আমেৰিকাত এতিয়াওঁ বছৰি 13 হাজাৰ নাবালিকা ছোৱালীৰ বিয়া হয়,যিহতঁৰ বয়স 10 ল পৰা 11 বছৰৰ ভিতৰত ।
Independent ৰ লিংটো চাওঁক ...
(http://www.independent.co.uk/news/world/americas/200000-children-married-us-15-years-child-marriage-child-brides-new-jersey-chris-christie-a7830266.html)
গতিকে আজিৰ একবিংশ শতিকাৰ লগত খাপ নাখালেওঁ 1400 শ বছৰ আগতে 6 বা 9 বছৰীয়া ছোৱালী এগৰাকীৰ বিয়া হোৱাটোত কি অতিৰঞ্জিত কথা দেখা পায় ইচলামৰ শত্ৰু সকলে এয়া একপ্ৰকাৰ বিস্ময়কৰ কথা। 1400 শ বছৰ আগত আৰবৰ সামাজিক সাংস্কৃতিক আৰু ভৌগোলিক পৰিৱেশৰ লগত মিলাই চালে সেই সময়ত 6 বছৰীয়া ছোৱালী এগৰাকীৰ বিয়া হোৱাটো কোনো অতিৰন্জিত কথা নাছিল।
জীৱনৰ ৫৪ টা বছৰ তেওঁতকৈ ১৫ বছৰ বেছি বয়সীয়াল এগৰাকী বিধবা মহিলা খাতিজা (ৰাঃ) ৰ লগত কটাই পাৰ কৰা হজৰত মহম্মদ(ছঃ) য়ে আয়েশা (ৰাঃ) ক ছয় বছৰ বয়সত বিয়া কৰোৱাৰ কোনো শাৰিৰিক প্ৰয়োজন আছিল বুলি একমাত্ৰ অজ্ঞ সকলেহে বিশ্বাস কৰিব পাৰে আৰু ইচলামিক পন্ডিত সকলে বিশ্লেষণ কৰা মতে ইচলামত উক্ত বিয়াৰ ধাৰ্মিক গুৰুত্ব যথেষ্ট পৰিমাণে আছিল ।
আয়েশা (ৰাঃ) আছিল অতি চোকা,তীক্ষ্ণ বুদ্ধি সম্পন্ন মেধাবী মহিলা। 6 বছৰ বয়সত বিয়া হৈ 9 বছৰ বয়সত পৰিপূৰ্ণতা লাভ কৰি হজৰত মহম্মদ (ছঃ) ৰ লগত অন্তত কিছু বছৰ বৈবাহিক জীৱন অতিবাহিত কৰি হজৰত মহম্মদ (ছঃ) ৰ ইন্তেকলৰ বহু বছৰ পাছলৈ জীৱিত থকাৰ ফলত আমি আজিৰ মুছলমান সকলে বহু সঠিক হাদিছত তাইৰ বৰ্ননা পাবলৈ সক্ষম হৈছে । হজৰত মহম্মদ (ছঃ) ইন্তেকালৰ বহু বছৰ পাছলৈকে হাদিছ সমূহৰ ভিতৰত মূলত স্বচ্ছতা,বিবাহ ও গৃহস্হী জীৱনৰ লগত সম্পৰ্কিত বহু সঠিক হাদিছৰ একমাত্ৰ বৰ্ননাকাৰী আছিল আয়েশা (ৰাঃ) । ইচলামিক ইতিহাসত আয়েশা (ৰাঃ) ক তাইৰ সৌন্দর্য বা ধন-সম্পদৰ বাবে নহয় ইচলাম সম্পৰ্কে তাইৰ জ্ঞান ও পবিত্ৰ কোৰআনৰ সঠিক বিশ্লেষক ৰূপে জনা যায়। গতিকে সেয়া একমাত্ৰ আল্লাই সঠিক জানে কিন্তু আয়েশা (ৰাঃ) ৰ অতি কম বয়সত বিয়া হৈ অন্তত কিছুবছৰ হজৰত মহম্মদ (ছঃ) লগত অতিবাহিত নকৰা হলে আজি হওঁতো আমি মুছলমান সকলে হালাল/হাৰাম সহ বহু সঠিক হাদিছ লাভ কৰাৰ পৰা বন্চিত হব লগা হলোঁ হেতেন কিন্তু সেইবুলি আজিৰ মুছলমানে 6 বা 9 বছৰীয়া নাবালিকা বা আন কোনো নিদিৰ্ষ্ট বয়সৰ ছোৱালীক বিয়া পাতিবই লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই । অৱশ্যে ইছলামৰ দৃষ্টিভংগীৰে ছোৱালী এগৰাকীৰ ঋৃতুশ্ৰাব আৰাম্ভ হলে যিহেতু সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী হৈ উঠে (চিকিৎসা বিজ্ঞানৰ মতেও) গতিকে এই অৱস্থাত ছোৱালী এগৰাকীৰ মত সাপেক্ষে তাইৰ অভিভাৱকে তাইক কোনো উপযুক্ত লৰাৰ লগত বিয়া দিব পাৰে কিন্তু তথাপি তাইক বিয়া দিবই লাগিব বুলি কোনো আইন যিহেতু ইচলামত নাই সেয়েহে মুছলমানে যি দেশত বসবাস কৰিব সেই দেশৰ Age of Consent Law মানি নিজৰ ছোৱালীক বিয়া বাৰু দিলে বা কৰালে ইচলামে কেতিয়াও বাধা আৰোপ নকৰে ।
বাল্মিকি ৰামায়নৰ মতে ৰামৰ লগত সীতাৰ বিয়াৰ সময়ত সীতাৰ বয়স আছিল 6 (ছয়) বছৰ ।
ৰামায়নৰ কিতাপ নং ৩, অৰন্য কান্ডত (Ramayana 3-47-4) সীতা হৰণৰ সময়ত সীতা আৰু ৰাবনৰ কথনোকথনৰ পৰা আমি সীতাৰ বিবাহৰ সময়ৰ বয়সৰ হিচাপ উলিয়াব পাৰি।
নিজ ধৰ্মৰ ধৰ্ম গ্ৰন্থ অধ্যয়ণ নকৰি আনৰ ধৰ্ম লৈ অনবৰত ব্যস্ত থকা আমাৰ একাংশ হিন্দু ভাইয়ে বাল্মীকি ৰামায়নৰ তলৰ লিংকটোত গৈ চাব পাৰে বিয়াৰ সময়ত সীতা মাতাৰ বয়স কিমান আছিল ?
(http://www.valmikiramayan.net/utf8/aranya/sarga47/aranya_47_frame.htm)
এতিয়া প্ৰশ্ন হল-
হজৰত মহম্মদ (ছঃ) এজন মানুহ আছিল । যুক্তিৰ খাতিৰত যদি মানিও লওঁ যে মানুহৰ ভূল হব পাৰে কিন্তু ৰামতো ভগবান আছিল তেনেহলে ভগবানৰ ভুল হৈছিল কেনেকৈ ?
গতিকে ওপৰৰ আলোচনাৰ পৰা আমি ইয়াকে কব পাৰো যে , 1400 শ বছৰ আগৰ আৰবৰ সামাজিক পৰিবেশ, পৰিস্থিতি ও সংস্কৃতিৰ লগত খাপ থোৱাব পৰাকৈ হজৰত মহম্মদ (ছঃ) ৰ লগত আয়েশা (ৰাঃ) বিয়া হোৱাটো কোনো অতিৰন্জিত কথা নাছিল। ইয়াৰ উপৰিও সেই সময়ত আৰবৰ মানুহৰ জীৱন কাল আছিল চুটি গতিকে ছোৱালী সকলক যৌৱন প্ৰাপ্তিৰ লগে লগে বিয়া দিয়া হৈছিল। আজিও তৃতীয় বিশ্বৰ দেশ সমূহত ৬/৭ বছৰ বয়সত ছোৱালীৰ বিয়া হোৱাটো তেনেই সাধাৰন কথা। ভাৰতত বাল্য-বিবাহ এতিয়াও এক সামাজিক ব্যাধি ।
***

No comments:
Post a Comment